Posted inউত্তৰ-পূৱ

আজি ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন

নিউজ ডেস্কঃ ৬০ টা বিধানসভাৰ সমষ্টিৰ নিৰ্বাচন প্ৰচাৰ মঙলবাৰে সামৰি আজি পুৱা ৭ বজাৰ লগে লগে ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত ভোট গ্ৰহণৰ বাবে  মুঠ ৩,৩২৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ স্থাপন কৰা হৈছে। এইবাৰৰ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত ২৮.১৩ লাখ ভোটাৰ থকাৰ বিপৰীতে ২৫৯জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ২৫৯ জন প্ৰাৰ্থীৰ ভিতৰত মহিলাৰ সংখ্যা […]