নিউজ ডেস্ক : ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰা আৰক্ষী আজি জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী গৰাকীয়ে আগৰতলাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পথত থকা তেওঁৰ চৰকাৰী বাসগৃহৰ সমীপত আবেলি খোজ কাঢ়ি থকাৰ সময়ত উক্ত তিনিজন যুৱকে তেওঁৰ নিৰাপত্তা বেষ্টনিৰ মাজেৰে তীব্ৰ বেগেৰে এখন বলেৰ’ পাৰ […]