Posted inNews

ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি সৌৰভ গাংগুলীক

নিউজ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি হয়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ সাহাই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই বিষয়ে অৱগত কৰি কয় “ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীযুত সৌৰভ গাংগুলী জীয়ে ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো […]