Posted inNews

বিপ্লব দেবৰ পদত্যাগৰ পিছত মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্য মন্ত্ৰী

নিউজ ডেস্ক: ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপি সভাপতি মানিক সাহা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে পদত্যাগ কৰাৰ পিছতে ৰাজ্যিক মানিক সাহাক নতুন মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰা হয়। ২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সাহায়ে ২০২০ চনত দলটোৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত হয়। তদুপৰি তেওঁ […]