নিউজ ডেস্কঃ ‘তোক দেখি মোৰ গা’, ‘তুমি কোৱা প্ৰতিটো কথাই মোক’, ‘চকুৱে চকুৱে যি চালা’ আদি গীতেৰে সকলোৰে অন্তৰ চুই যাবলৈ সক্ষম হোৱা অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দেৱী। শিল্পী গৰাকীয়ে মঞ্চত উঠিলেই তেওঁৰ energetic কন্ঠই সকলোকে energetic কৰি তোলে। এইবাৰ ৰঙালী বিহুৰ সময়ত শিল্পীগৰাকীৰ বিহুৰ প্ৰস্ততি আৰু কোন কোন মঞ্চত শিল্পীগৰাকীক দেখা যাব সেই […]