কামপুৰঃ ৰাজ্যত অব্যাহত আছে কয়লাৰ অবৈধ ৰমৰমীয়া বেহা৷ নিশা হ’লেই নগাঁৱৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ট্ৰাকৰ দৌৰাত্ম। নগাঁৱৰ কঠিয়াতলী আৰক্ষীয়ে জব্দ কৰিছে বহুকেইখন কয়লা ভৰ্তি ট্ৰাক৷ মেঘালয়ৰ তিনিকি’লোৰ পৰা ৰঙিয়া কদমতল বৰপেটা আদিলৈ কয়লা কঢ়িয়াই আনিছিল ট্ৰাক কেইখনে ৷ জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ AS12E 4758, AS01DD9597, NL01AC2388, NL01AE 3364 , AS01FC4090 , AS17B 6526 , […]