কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত বিজেপি নেতৃত্বাধীন পৰিষদ খনে ৰাইজৰ মনোযোগ আকৰ্ষণৰ বাবে বিভিন্ন উন্নয়ন কামকাজ খৰটকীয়া কৰি তুলিছে৷ এনে প্ৰেক্ষাপটত বাইডুং ৰেংথমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তৰাডুবিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মিনি ষ্টেডিয়াম,অডিটৰিয়াম প্ৰেক্ষাগৃহটি উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম […]