নিউজ ডেস্কঃ মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত ”তুমি মালালা”। এই চলচ্চিত্ৰ খনত কৰা সাৱলীল অভিনয়ৰ বাবে দুই শিশু অভিনেত্ৰী হৰ্ষিতা ভট্টাচাৰ্য আৰু অংশ্ৰুতা কাশ্যপলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। চিহ্ন ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান দুই কিশোৰীলৈ । ‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম […]