নিউজ ডেস্ক : টুনিছিয়াত এখন নাওঁ দুৰ্ঘটনাত পতিত হৈ কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। দেশখনৰ চৰকাৰী সংবাদ সংস্থাই সদৰী কৰা মতে বৃহস্পতিবাৰে আফ্ৰিকাৰ পৰা ইউৰোপলৈ প্ৰবজন কৰিবলৈ যোৱা অৱস্থাত ভূমধ্য সাগৰৰ উপকূলত সংঘটিত হয় উক্ত কৰুণ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰোৱা আৰু সন্ধানহীন হৈ থকা লোকসকল […]