সোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই বিধ্বস্ত কৰা অঞ্চলসমূহত বৰ্তমানো উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। ভূমিকম্পই বিপৰ্যয়ৰ সৃষ্টি কৰাৰ পিছত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোছানে সদৰী কৰা মতে, আমেৰিকা, ব্ৰিটেইন, আৰৱ, ইজৰাইল আৰু ৰাছিয়াকে ধৰি সত্তৰখন দেশ আৰু ১৪ […]