নিউজ ডেস্কঃ টুইটাৰৰ নৱ নিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালৰ কেইটামান টুইটে সম্প্ৰতি চৰ্চাৰ সৃষ্টি কৰিছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হোৱাৰ পিছতেই বহুতে তেওঁৰ টুইটৰ নানা ধৰণেৰে ট্ৰ’ল কৰিব আৰম্ভ কৰিছে। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ পূৰ্বে পৰাগ আছিল কোম্পানীটোৰ চীফ টেকন’লজি অফিচাৰ। ২০১১চনৰ ৩০মে’ত কন্ঠশিল্পী শ্ৰেয়া ঘোষালক পৰাগে আমোদজনক কিছুমান টুইট কৰিছিল। […]