নিউজ ডেস্কঃ ৰামায়ণৰ সীতাৰ চৰিত্ৰত অভিনয়ৰ বিনিময়ত এগৰাকী বলিউদ অভিনেত্ৰীয়ে বিচাৰিলে ১২ কোটি টকা। সেয়ে লৈ এতিয়া ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে ট্ৰ’ল। সেইগৰাকী অভিনেত্ৰী কোন জানেনে ? তেওঁ হৈছে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান। কৰীণা কাপুৰ খান শেহতীয়াকৈ টুইটাৰত ট্রেণ্ডিং হৈ পৰিছে । অভিনেত্ৰী গৰাকীয়ে ৰামায়ণৰ ওপৰত নিৰ্মিত এখন পৌৰাণিক চলচ্চিত্ৰত সীতাৰ চৰিত্ৰত অভিনয় […]