Posted inদেশ-বিদেশ

পুনৰ বিতৰ্কত টুইটাৰ; জম্মু কাশ্মীৰ আৰু লাডাখক বনালে পৃথক দেশ!

নিউজ ডেস্ক : নতুন আই টি নিয়মকলৈ ভাৰত চৰকাৰ আৰু মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰৰ মাজত চলি থকা ‘শীতল যুদ্ধ’ৰ মাজতে এইবাৰ টুইটাৰে ভাৰতৰ এখন ভুল মানচিত্ৰ প্ৰকাশ কৰি পুনৰ বিতৰ্কৰ অৱতাৰণা কৰিছে। টুইটাৰৰ কেৰিয়াৰ শিতানত দেখিবলৈ পোৱা উক্ত মানচিত্ৰখনত জম্মু কাশ্মীৰ আৰু লাডাখক বেলেগ দেশ হিচাপে দেখুওৱা হৈছে। এই কাৰ্য্যৰ বাবে মাইক্ৰ’ ব্লগিং ছাইটো পুনৰ […]