Posted inNews

এলন মাস্কৰ টুইট, কোন হ’ব টুইটাৰৰ নতুন CEO?

নিউজ ডেস্ক: ২০২২ চনৰ এপ্ৰিল মাহত ৪ হাজাৰ ৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল এলন মাস্কে। দায়িত্ব লোৱাৰ পিছৰে পৰা সংস্থাটোৰ ভিতৰত ইটোৰ পিছত সিটো পৰিৱৰ্তন আনিছে বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে। এইবাৰ তেওঁ টুইট কৰি কয় যে তেওঁ মাইক্ৰ’ ব্লগিং কোম্পানীটোৰ বাবে নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ সন্ধান লাভ কৰিছে। অহা ৬ সপ্তাহৰ ভিতৰত দায়িত্ব গ্ৰহণ কৰিব […]