Posted inঅসম

আদালতে দোষমুক্ত কৰিলে বৰ্ষাশ্রী বুঢ়াগোহাঁইক

নিউজ ডেস্কঃ অৱশেষত UAPA গোচৰৰ পৰা দোষমুক্ত হ’ল বৰ্ষাশ্রী শদিয়াখোৱা বুঢ়াগোহাঁই । গোলাঘাটৰ আদালতৰ নিৰ্দেশমতে বৃহস্পতিবাৰে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ বিশেষ আদালতত হাজিৰ হয় বৰ্ষাশ্রী । ন্যায়াধীশ দিব্যজ্যোতি মহন্তই বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত দোষমুক্ত বুলি ৰায়দান প্ৰদান কৰি কয় যে, কাব্যিক অনুভূতি কেতিয়াও UAPA ৰ আইনত দোষী হ’ব নোৱাৰে। […]