মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গ্ৰাহকৰ ৰূপ লৈ প্ৰৱঞ্চকে এজন চালকৰ পৰা লুটি নিয়ে বিপুল পৰিমাণৰ নগদ ধন। জানিব পৰা মতে, উবেৰ চালকজনৰ নাম গজেন্দ্ৰ শ্বাহ। প্ৰৱঞ্চকজনে উবেৰৰ চালকজনৰ পৰা লুটি নিয়ে নগদ ১০,৪০০ টকা। প্ৰৱঞ্চকজনে গ্ৰাহকৰ ৰূপ লৈ কেবখন বুকিং কৰি অনলাইন মাধ্যমৰ জৰিয়তে চালকজনৰ একাউণ্টৰ পৰা ধন লুট কৰে। ঘটনা সন্দৰ্ভত দিছপুৰ […]