Posted inঅসম

উদয়পুৰ হত্যাকাণ্ডৰ সমৰ্থনত ফে’চবুকত কমেন্ট কৰি গ্ৰেপ্তাৰ হ’ল হাইলাকান্দিৰ ব্যক্তি

শিলচৰ: ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন কৰি সামাজিক মাধ্যমত ‘আপত্তিজনক’ মন্তব্য দিয়াৰ অভিযোগত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক চামছুল লস্কৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে হাইলাকান্দিৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি মিলন দাসে লস্কৰৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীক দিয়া এজাহাৰত দাসে কয় […]