ওদালগুৰি : এইবাৰ মেথোনৰ আক্ৰমণত আহত ৪ জনকৈ লোক। ওদালগুৰি জিলাত মেথোনৰ আক্ৰমণত আহত হৈছে ৪ জনকৈ লোক। আহত সকলক চিকিৎসালয়ত ভৰ্তি। ৰাজ্যত ক্ৰমাৎ দিনক দিনে অধিক জটিল ৰূপ ধাৰণ কৰিছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত। বিশেষকৈ ৰাজ্যত বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ হৈ উঠিছে। ওদালগুৰি জিলাত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী আৰু […]