Posted inNews

পৱন হংসৰ সৈতে অসম পৰ্যটনৰ বুজাবুজি চুক্তি

ৰাজ্যত বিমান সংযোগৰ বাবে নতুন দিশ মুকলি কৰি অসম পৰ্যটন বিভাগে পৱন হংস লিমিটেডৰ (পিএইচএল) সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চাৰিটা খণ্ডত ৬ খন হেলিকপ্টাৰ সেৱা ৰাইজৰ বাবে মুকলি কৰে। বুধবাৰে গুৱাহাটীত অসম পৰ্যটন উন্নয়ন নিগম আৰু পৱন হংস লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৬ খন ৰাজ্যত UDAN আঁচনিৰ অধীনত আৰচিএছ […]