Posted inইষ্ট ম'জ' বিশেষ, সম্পাদকীয়

ধৰ্মীয় গোড়ামি, নিৰ্বাচন আৰু উদয়পুৰৰ হত্যাকাণ্ড

এই জিঘাংসাত কেতিয়াও আছাদুদ্দিন ওৱেইছি বা যোগীৰ আহুতি নহয়। মৰিম আপোনাৰ মোৰ দৰে দৰ্জী, কোনোবা ঋতুপৰ্ণ পেগুৰ দৰে দুৰ্ভগীয়া পিতৃ, কোনোবা ছামছুদ্দিনৰ দৰে দৰিদ্ৰ কৃষক।

এই জিঘাংসাত কেতিয়াবা নূপুৰ শৰ্মা বাচি যাব, সচা কথা কৈ মহম্মদ জুবেইৰ ফচি যাব। মুঠতে ধৰ্মৰ নামত খেলা চলি থাকিব।