১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ উদ্ধৱ ভৰালীক। জামিন আবেদন নাকচ হোৱাৰ পিছতে লখিমপুৰ আদালতত উপস্থিত হৈছিল উদ্ধৱ ভৰালী। ইয়াৰ পূৰ্বে তোলনীয়া জীক যৌন নিৰ্যাতনৰ অভিযোগত উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল উদ্ভাৱক উদ্ধৱ ভৰালীৰ জামিন আবেদন। তাৰ পাছতে লখিমপুৰৰ আদালতত আত্মসমৰ্পণ কৰে উদ্ধৱ ভৰালীয়ে। উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰা অন্তৱতী জামিনৰ ম্যাদ উকলিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ […]