Posted inক্ৰীড়া

আজিৰে পৰা ইউৰো ২০২০ ফুটবল প্রতিযোগিতা

বিশ্ব ফুটবলৰ অন্যতম আকৰ্ষণীয় ইউৰো ২০২০ আজিৰে পৰা আৰম্ভ হ’ব ৷ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পিছতে গুৰুত্বপূর্ণ প্রতিযোগিতা হিচাপে বিবেচিত ইউৰো ২০২০ ফুটবল প্রতিযোগিতাখন ক’ভিডৰ সংহাৰী পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছিল ৷গুগলৰ ডুডলত আজি ইউৰো কাপ প্ৰতিযোগিতাই স্থান লাভ কৰিছে৷১৯৬০ চনৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছিল ৷আয়োজক উৱেফাৰ […]