নিউজ ডেস্ক: জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ৰ উপাচাৰ্য্য এম জগদীশ কুমাৰক বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। কুমাৰক অহা পাঁচ বছৰৰ বাবে উচ্চ শিক্ষাৰ নীতি নিৰ্ধাৰক সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে বুলি শিক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে। UGC-ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক ডি পি সিঙে অৱসৰ গ্ৰহণ কৰাৰ পিছত যোৱা ৭ ডিচেম্বৰৰ পৰা উক্ত […]