২০১৬ চনৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে দেশৰ গ্ৰাম্য এলেকাত বসবাস কৰা পৰিয়ালসমূহৰ মহিলাসকলক উপকৃত কৰাৰ অৰ্থে ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’ প্ৰৱৰ্তন কৰিছিল । এই আঁচনিৰ মূল উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলাসকলক ইমানদিনে পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰা সন্মুখীন হোৱা নানা অসুবিধাৰ পৰা মুক্তি প্ৰদান কৰা। আনহাতে, আঁচনিখনৰ সফলতাৰ পাছত […]