Posted inদেশ-বিদেশ

ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত ভাৰত সহ ৩২ খন দেশে ভোটদানৰ পৰা বিৰত থাকিল

নিউজ ডেস্কঃ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ এতিয়া প্ৰায় এবছৰ সম্পূৰ্ণ হোৱা দিশে। তাৰ পূৰ্বে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ইউক্রেইনৰ পৰা ৰুছ সেনাৰ প্ৰত্যাহাৰৰ বাবে ভোটগ্ৰহণ কৰা হয়। ভোটগ্ৰহণত বিশ্বৰ সৰু ডাঙৰ ১৪১ খন ৰাষ্ট্ৰই প্ৰস্তাৱৰ সমৰ্থনত ভোটদান কৰে। ইফালে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়ে ৭ খন দেশে। ৰাছিয়াকে ধৰি বেলাৰুছ, উত্তৰ কোৰিয়া, চিৰিয়া, ইৰিট্ৰিয়া, মালি আৰু […]