Posted inঅসম

স্ব-গৃহত উপস্থিত হ’ল ইউক্ৰেইনত যুদ্ধৰ বিভীষিকাৰ মাজত আবদ্ধ হৈ থকা গোৰেশ্বৰৰ মনোজ কুমাৰ ডেকা

গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ২নং ৱাৰ্ডৰ ৰূপনগৰ দ্বীজেন্দ্ৰ পথ নিবাসী দিবাকৰ ডেকাৰ পুত্ৰ মনোজ কুমাৰ ডেকা আবদ্ধ হৈ আছিল ইউক্ৰেইনত। মনোজ কুমাৰ ডেকা ইউক্ৰেইনৰ খাৰকিৱ ইউনিভাৰ্ছিটিৰ এমবিবিএছৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। কেনেদৰে ইউক্ৰেইনৰ খাৰকিভ মেডিকেল কলেজৰ হোষ্টেলৰ মাটিৰ তলত থকা বাংকাৰাত আবদ্ধ হৈ আছিল মনোজে সবিশেষ বৰ্ণনা কৰিলে সাংবাদিকৰ সন্মুখত। ”বাংকাৰত থাকিলে অলপ অলপ বোমাৰ শব্দ […]