Posted inঅসম

পুনৰ আলফা(স্বা)ত যোগদান গুৱাহাটীৰ যুৱকৰ

গুৱাহাটীঃ পুনৰ আলফা(স্বা)ত যোগদান গুৱাহাটীৰ যুৱকৰ। গীতা মন্দিৰৰ ভগদত্ত পথৰ বাসিন্দা মানৱ ডেকা নামৰ এজন ২৪ বছৰীয়া যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰে পুৱাই মানৱলৈ এটা ফোনকল অহাৰ পিছতেই ঘৰৰ পৰা ওলাই গৈছিল মানৱ। ইয়াৰ পিছতেই মানৱে ভাতৃলৈ এটা মেছেজ পঠিয়াইছিল ‘একো চিন্তা কৰিব নালাগে, মাজে মাজে মই যোগাযোগ কৰি থাকিম’। এই […]