Posted inঅসম

পত্নী-পুত্ৰসহ আলফা স্বাধীনৰ সদস্যৰ আত্মসমপৰ্ণ

সোণাৰি : পুনৰ আলফা স্বাধীনত মোক্ষম আঘাট। পত্নী-পুত্ৰসহ আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ সদস্যই। নগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তত থকা ২৮ নং অসম ৰাইফলচৰ শিবিৰত আত্মসমৰ্পণ। আত্মসমপৰ্ণকাৰী আলফা স্বাধীনৰ সদস্য জনৰ নাম শোণিত চুতীয়া বুলি জানিব পৰা গৈছে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ চাৰ্জেণ্ট মেজৰ হিচাপে নিয়োজিত সদস্যগৰাকীয়ে পত্নী সংগীতা সোণোৱাল আৰু পুত্ৰ অক্লান্ত চুতীয়া সহ আত্মসমৰ্পণ কৰে। […]