Posted inঅসম

অইল ইণ্ডিয়া লিমিটেডত স্থায়ী ভিত্তিত শ্ৰমিক নিয়োগৰ আহ্বান আলফা স্বাধীনৰ

নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন, সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) অইল ইণ্ডিয়া লিমিটেডক ঠিকা ভিত্তিক শ্ৰমিক/কৰ্মচাৰী নিয়োগ প্ৰক্ৰিয়া বন্ধ কৰি তাৰ সলনি অতি স্বচ্ছতাৰে স্থায়ী ভিত্তিক নিয়োগৰ ব্যৱস্থা কৰিবলৈ পুনৰায় আহ্বান জনাই সকিয়াই দিয়ে। অইল কৰ্তৃপক্ষৰ এই থলুৱা বিৰোধী স্থিতিৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে সশস্ত্ৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব। লগতে পঢ়কঃছিপাঝাৰৰ ধলপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান […]