নিউজ ডেস্কঃ উজনি অসমত পুনৰ আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত বৃহস্পতিবাৰে পুৱতি নিশা সংঘৰ্ষ হয়। তিনিচুকীয়াৰ মালুগাঁৱত হোৱা এই সংঘৰ্ষৰ ফলত আৰক্ষীৰ গুলীত এজন আলফা কেডাৰৰ মৃত্যু হয়। মৃত কেডাৰজন উত্তম লাহন ওৰফে উদয় অসম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ঘটনাটোৰ পিছত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাভে কয় যে, যোৱা এসপ্তাহধৰি মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানা […]
Tag: ULFA
Posted inঅসম