Posted inদেশ-বিদেশ

অৰুণাচলৰ নামপঙত সেনা আৰু এনএছচিএন আৰু আলফাৰ সংঘৰ্ষ,এজন সেনা নিহত

অৰুণাচলৰ প্ৰদেশৰ চাংলাং জিলাৰ অন্তৰ্গত নামপঙৰ লাংবি নামৰ অঞ্চলৰ পৰা ৯ কিলোমিটাৰ নিলগত ভাৰত ম্যানমাৰ সীমান্তত 19 নং আছাম ৰাইফলছ আৰু উগ্ৰপন্থী সংগঠন NSCN(K) মাজত প্রচণ্ড গুলিয়াগুলী সংঘটিত হয়। আলফা-এনএছচিএনৰ সৈতে গুলীয়াগুলিত আছাম ৰাইফলছৰ এগৰাকী জোৱান নিহত হোৱাৰ উপৰিও আন দুগৰাকী যোৱান গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়। নিহত জোৱান গৰাকীৰ নাম ৰাইফল মেন অৱতাৰ চাকমা । […]