নিউজ ডেস্ক: তিনিচুকীয়াত সোমবাৰে সেনাৰ টহলদাৰী দলৰ ওপৰত চলোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত আলফাই এই আক্ৰমণক ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে। ২৮ নৱেম্বৰত আলফাই পালন কৰা ’প্ৰতিবাদ দিৱস’ৰ সৈতে সংগতি ৰাখি এই অভিযান চলোৱা বুলি বিবৃতিটোত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ সদৰী কৰে। ‘’অপাৰেচন লখিপথাৰৰ জৰিয়তে ডিগবৈ-পেঙেৰী […]