ছয়গাঁওঃ যোৱা পাঁচদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো পৰি থকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম হ্ৰদৰ জলস্তৰ। পানীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মেঘালয় চৰকাৰে যিকোনো মূহুৰ্ততে উমিয়াম হ্ৰদৰ পানী এৰিবলৈ বাধ্য হ’ব। শনিবাৰে এই সন্দৰ্ভত এক জাননী যোগে জনাইছে মেঘালয় চৰকাৰে। লগতে পঢ়কঃবঙাইগাঁও জিলাতো জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে […]