Posted inNews

বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত অন্তৰ্ভুক্ত হ’ব পাৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহ শান্তিনিকেতন: জি কিষাণ ৰেড্ডী

গুৱাহাটী- নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহ ‘শান্তিনিকেতন’ ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত অন্তৰ্ভুক্ত হ’ব পাৰে। আজি কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে টুইট কৰি কয় যে ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আছে। পশ্চিম বংগৰ শান্তিনিকেতনক ইউনেস্কো বিশ্ব ঐতিহ্য কেন্দ্ৰৰ পৰামৰ্শদাতা সংস্থা আই.চি.ও.এম.ও.এছ দ্বাৰা বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ দিছে। উল্লেখ্য যে […]