Posted inমুখ্যপৃষ্ঠা

‘শান্তি বিচৰা এখন দেশে ডাউড ইব্ৰাহীমৰ দৰে সন্ত্ৰাসবাদীক আশ্ৰয় নিদিয়ে’

নিউজ ডেস্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ সন্মিলনত পাকিস্তানৰ প্ৰধান শ্বাহবাজ শ্বৰীফে কৰা ভাৰত বিৰোধী মন্তব্যক লৈ শনিবাৰে আলোচনা কৰে ভাৰতে। ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতীয় মিছনৰ প্ৰথমগৰাকী সচিব মিজিটো বিনিটোই কাশ্মীৰ বিষয়ক লৈ পাক প্ৰধানমন্ত্ৰীগৰাকীৰ দাবীক মিছা বুলি আখ্যা দিয়াৰ লগতে ইছলামাবাদত সন্ত্ৰাসবাদৰ সৈতে শ্বাহবাজ শ্বৰীফ জড়িত থকাৰ অভিযোগ উত্থাপন কৰে।  বিনিটোৱে কয় যে- ‘এয়া বৰ দুখজনক যে […]