Posted inদেশ-বিদেশ

৩০বছৰ ধৰি শৌচাগাৰতে প্ৰস্তত কৰিছিল চিংৰা,প্ৰশাসনে ছীল কৰিলে ৰেষ্টুৰেন্ট

নিউজ ডেস্কঃ চিংৰা হয়তো প্ৰায়লোকৰে প্ৰিয়। কিন্তু এতিয়াৰে পৰা চিংৰাৰ সোৱাদ লোৱাৰ আগতে এশবাৰ ভাবক। চৌদি আৰবৰ জেদ্দাহৰ এখন ৰেষ্টোৰেন্টত ৩০বছৰ ধৰি শৌচাগাৰতে প্ৰস্তত কৰি আহিছিল চিংৰা। কেৱল চিংৰাই নহয় অন্যান্য খাদ্যও তেওঁলোকে শৌচাগাৰতে প্ৰস্তুত কৰিছিল। এই খবৰ প্ৰশাসনে লাভ কৰাৰ লগে লগে তৎক্ষণাৎ ৰেষ্টুৰেন্টখন বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে। লগতে পঢ়কঃকংগ্ৰেছক নেতৃত্ব দিব পৰা লোকৰ […]