Posted inNews

চুক্তি সাপেক্ষে ভাৰতত ইউপিইউৰ মাণ্ডলিক কাৰ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

নিউজ ডেস্ক: চুক্তি সাপেক্ষে নতুন দিল্লীত ইউপিইউৰ মাণ্ডলিক কাৰ্যালয় স্থাপনত অনুমোদন দিয়ে কেবিনেটে। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ইউনিভাৰ্ছেল পোষ্টেল ইউনিয়ন চমুকৈ ইউপিইউৰ সৈতে এক চুক্তি অনুসৰি অঞ্চলটোত উন্নয়নমূলক সহযোগিতা আৰু প্ৰযুক্তিগত কাৰ্য চলাবলৈ নতুন দিল্লীত ইউপিইউৰ এটা মাণ্ডলিক কাৰ্যালয় স্থাপন কৰিবলৈ অনুমোদন জনায়। এই অনুমোদনে দক্ষিণ-দক্ষিণ আৰু তিনিকোণীয়া সহযোগিতাত গুৰুত্বসহকাৰে ডাক খণ্ডত বহুমাত্ৰিক […]