ৰাজৰ্ষি চহৰীয়া UNSC ৰ মঁজিয়াত ভাৰতৰ প্ৰস্তাৱৰ বিৰোধিতা চীনৰ। পুনৰ বিশ্বমঞ্চত এছিয়াৰ দুই মহাশক্তিধৰৰ বৈদেশিক পৰিক্ৰমাগত সংঘাত স্পষ্ট হৈ পৰিল। ইয়াৰ কাৰণ এটাই পাকিস্তানৰ সৈতে চীনৰ বহুপাক্ষিক মৈত্ৰী। ইউ এন এছ চিৰ মঁজিয়াত সন্ত্ৰাসবাদ সংক্ৰান্তীয় এক শক্তিশালী প্ৰস্তাৱ ৰাখিছিল ভাৰতে। পিছে চুবুৰীয়া ৰাষ্ট্ৰ তথা ইউএনএছচিত শক্তিশালী সদস্যপদ ধৰি ৰখা চীনে পোনচাটেই এই প্ৰস্তাৱৰ বিৰোধিতাৰে প্ৰস্তাৱ […]