নিউজ ডেস্ক- ইউ পি আইৰ জৰিয়তে এ টি এমৰ পৰা উলিয়াব পাৰিব ধন। এই সুবিধা প্ৰদান কৰা প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হৈছে বেংক অব বৰোদা। বেংক অব বৰোদাৰ ইন্টাৰ অপাৰেবল কাৰ্ডলেছ কেছ উইড্ৰল ছাৰ্ভিচৰ জৰিয়তে ব্যক্তিসকলে এদিনত দুবাৰকৈ ধন উলিয়াব পাৰিব। এই ব্যৱস্থাৰ দ্বাৰা ব্যক্তিয়ে এবাৰত ৫০০০ টকাকৈ ধন উলিয়াব পাৰিব। অৰ্থাৎ এদিনত ১০০০টকা এ […]