Posted inঅসম

বোকাজানত UPLAৰ সংবাদমেল

বোকাজানঃ বোকাজানৰ বালিপথাৰৰ এক ভিতৰুৱা অঞ্চলত UPLAৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংগঠনটোৰ সংবাদমেল। সংবাদমেলত উপস্থিত থাকে সভাপতি, সম্পাদক, মুখ্য সেনাধ্যক্ষ, বৈদেশিক সচিবকে ধৰি UPLAৰ আন শীৰ্ষ নেতাসকল। যোৱা ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিল্লীত এক শান্তি চুক্তিত স্বাক্ষৰ কৰি মূল সূঁতিলৈ উভতি আহে। ২০১৩ৰ ২ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙক সুকীয়া […]