Posted inঅসম, মুখ্যপৃষ্ঠা

৬ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা BTRত

অহা ৬ অক্টোবৰত BTRত স্থানীয় বন্ধ ঘোষণা। প্ৰয়াত বিধায়ক কমেন্দ্ৰ বসুমতাৰীৰ প্ৰতি সন্মান জনাই এই স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।