Posted inঅসম

উপ নিৰ্বাচনৰ ফলাফল : তামুলপুৰ আৰু গোসাঁইগাঁওত ইউ পি পি এলৰ আধিপত্য

নিউজ ডেস্ক : আজি ঘোষণা হোৱা উপ নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটে নিজৰ আধিপত্য বজাই ৰাখে। এই পৰ্য্যন্ত ফলাফলৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও ৫ খন আসনতে বিজেপি মিত্ৰজোঁটৰ জয়লাভ নিশ্চিত হৈ পৰিছে। বি টি চিৰ অধীনত পৰা গোসাঁইগাঁও আৰু তামুলপুৰত বিজেপিৰ মিত্ৰদল ইউ পি পি এলে এক প্ৰকাৰ জয়লাভ কৰিছে। […]