কেন্দ্ৰীয় লোকসেৱা আয়োগত সৃষ্টি হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে UPSC-ৰ অধীনত Technical Advisor, Assistant Director, Assistant Stores Officer, Reader, Senior Lecturer-ৰ মুঠ ১৬ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। পদৰ নাম – Technical Advisor (Boiler), Department for Promotion of Industry and […]