Posted inদেশ-বিদেশ

দক্ষিণ চীন সাগৰত আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, আহত সাতজন মাৰ্কিন সেনা

নিউজ ডেস্কঃ দক্ষিণ চীন সাগৰত মাৰ্কিন সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। নিয়মীয়া অনুশীলনৰ চলাই থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যুঁজাৰু বিমানখন। সোমবাৰে, এফ-৩৫চি বিমানখন অনুশীলন চলাই থকাৰ সময়তে অৱতৰণৰ সময়তে দক্ষিণ চীন সাগৰত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাতজন মাৰ্কিন সেনা। ঘটনা সংঘটিত হোৱাৰ লগে লগে মাৰ্কিন সামৰিকবাহিনীৰ হেলিকপ্টাৰে বিমানখনৰ পাইলটসহ বাকী সাতজন সেনাক […]