Posted inদেশ-বিদেশ

বিশ্বজুৰি সমালোচনাৰ পিছত ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান আৰু ভাৰতৰ অজিত ডোভালৰ মাজত হোৱা ফোন কলৰ পিছতেই আমেৰিকাই ভাৰতক ক’ভিডৰ সংহাৰৰ সময়ত সহায় কৰাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি জ’ বাইডেনে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতক বৰ্তমানৰ জৰুৰীকালীন সময়ত সহায় আগবঢ়োৱাৰ লগতে ভেকচিন ভাৰতীয় নিৰ্মাতাক কেঁচা সামগ্ৰী প্ৰদান কৰিব বুলি কাম কৰি থকা বুলি কোৱা […]