নিউজ ডেস্ক: অলপতে অনুষ্ঠিত মাৰ্কিন যুক্তৰাষ্ট্ৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় বংশোদ্ভূত ২৩ বছৰীয়া নাবিলা চৈয়দে তেওঁৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ইলিনয় প্ৰদেশৰ কনিষ্ঠতম জনপ্ৰতিনিধি হিচাপে ইতিহাস ৰচনা কৰে। ডেমক্ৰেটিক দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাবিলাই তেওঁৰ ৰিপাব্লিকান প্ৰতিদ্বন্দী খ্ৰীছ বছক পৰাস্ত কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৰিপাব্লিকান দলৰ হাতত থকা আসনখনত যোৱা ৮ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত নাবিলাই ৫২.৩ […]