Posted inNews

প্ৰতাৰণাৰ বলি  কিংবদন্তি দৌৰবিদ উজেইন ব’ল্ট

বিশ্বৰ দ্ৰুততম মানৱ তথা কিংবদন্তি দৌৰবিদ উজেইন ব’ল্ট চিকাৰ হৈছে এক বৃহৎ আৰ্থিক জালিয়াতিৰ। এটাৰ পিছত এটাকৈ বিশ্ব অভিলেখ স্থাপনেৰে ৮ টাকৈ অলিম্পিক স্বৰ্ণ জয় কৰা কিংবদন্তি তাৰকাগৰাকীয়ে প্ৰতাৰণাৰ বলি হৈ হেৰুৱাইছে বৃহৎ পৰিমাণৰ ধন। প্ৰাপ্ত খবৰ অনুসৰি,  প্ৰতাৰণাৰ চিকাৰ হৈ ব’ল্টে হেৰুৱাইছে ১২ মিলিয়ন মাৰ্কিন ডলাৰ। জামাইকাৰ এটা প্ৰতিষ্ঠানত ব’ল্টে বিনিয়োগ কৰিছিল বিপুল পৰিমাণৰ […]