গুৱাহাটী : মেঘালয়স্থিত শৈক্ষিক প্ৰতিষ্ঠান University of Science & Technology Meghalaya চমকৈ USTM-এ National Assessment and Accreditation Council (NAAC) -ৰ ‘A গ্ৰেড’ স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ দ্বাৰা গঠিত এক স্বতন্ত্ৰ গোট NAAC -এ দেশৰ উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক মান বিচাৰ কৰে। ৮ বছৰ পুৰণি USTM হৈছে NAAC -ৰ পৰা ‘A গ্ৰেড’ […]