Posted inৰাজনীতি

৫ ৰাজ্যৰ নিৰ্বাচন; ক’ত, কেনেকৈ, কেতিয়া চাব পাৰিব exit pollৰ ফলাফল?

নিউজ ডেস্ক: আজি অন্ত পৰিব ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা পাঁচখন ৰাজ্য ক্ৰমে উত্তৰ-প্ৰদেশ, পঞ্জাব, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত আৰম্ভ হোৱা নিৰ্বাচনৰ আজি উত্তৰ-প্ৰদেশত অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে। উত্তৰ-পূব একমাত্ৰ ৰাজ্য মণিপুৰকে ধৰি বাকী চাৰিখন ৰাজ্যত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিছে। মণিপুৰত দুটা পৰ্য্যায়ত ভোটদান অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্জাব, […]