নিউজ ডেস্ক- বৰ্তমান দেশৰ বিভিন্ন আদালতত নিষ্পত্তিহীন গোচৰৰ সংখ্যা হৈছে ৩৫.৬ লাখ। ইয়াৰে ১৮.৪ লাখ ফৌজাদাৰী আৰু ১৭.১ লাখ দেৱানী গোচৰ। উল্লেখ্য যে, ৩৫.৬ লাখ গোচৰৰ ভিতৰত মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ নিষ্পত্তিহীনভাৱে আছে। চলিত বৰ্ষৰ জুন মাহৰ পৰা দেশৰ নিম্ন আদালতসমূহত ৭,২৫,৮৮৩ টা গোচৰৰ শুনানি চলি আছে। তাৰ ভিতৰত মহিলা আৰু বয়োজ্যেষ্ঠৰ […]
Tag: Uttar Pradesh
Posted inNews