Posted inদেশ-বিদেশ

‘প্ৰধানমন্ত্ৰীজী আপুনি মোৰ পেন্সিল-ৰবৰৰ পৰা মেগীলৈকে দাম বঢ়াই দিলে’: প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে এজনী ৬বছৰীয়া কণমানিয়ে

নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ কন্নৌজৰ এজনী ৬বছৰীয়া এজনী কণমানিয়ে মূল্যবৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি। চিঠিখনত লিখিছে, ‘প্ৰধানমন্ত্ৰীজী আপুনি বহুত মূল্যবৃদ্ধি কৰিলে। মোৰ পেন্সিল – ৰবৰৰ পৰা মেগী লৈকে দাম বঢ়াই দিলে। স্কুলত বেলেগে মোৰ পেন্সিল চুৰি কৰে। পেন্সিল বিচাৰিলে মোৰ মায়ে মোক মাৰে। মই এতিয়া কি কৰিম?’ কণমানিজনীৰ পিতৃ বিশাল ডুবে চিঠিখনৰ সন্দৰ্ভত কয় যে এইয়া […]