নিউজ ডেস্কঃ শনিবাৰে ভাৰতৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ উদয় উমেশ ললিতে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশ ললিতক শপত বাক্য পাঠ কৰোৱাই। পূৰ্বৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰে। ন্যায়াধীশ ৰমনাই ন্যায়াধীশ ললিতক তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ উদয় উমেশ ললিতৰ নামটো এই পদৰ বাবে মনোনীত কৰিছিল। ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী […]