Posted inNews

ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ

পুনৰ ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ পিছত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ দেশ উজবেকিস্তানত ১৮ টি শিশুৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বে পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছিল। তাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চাৰিটা চৰ্দি-কাহৰ চিৰাপৰ বিষয়ে সতৰ্কতা জাৰি […]