নিউজ ডেস্ক: দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ (আপ) নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি এখন পত্ৰ লিখিছে। কেজৰিৱাল আৰু তেওঁৰ নেতাসকলে চাক্সেনাক দৰিদ্ৰলোকৰ বিদ্যুৎ ৰাজসাহায্য বন্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। যোৱা কেইসপ্তাহমান ধৰি দিল্লীৰ শক্তি মন্ত্ৰী আতিশী আৰু স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে ভি কে […]