Posted inঅসম

Covid-19 Vaccination: দেশত ২০০ কোটি ভেকচিন প্ৰদান

নিউজ ডেস্কঃ সম্পূৰ্ণ ৰূপে কোভিড-১৯ৰ সংক্ৰমণ শেষ হৈ যোৱা নাই ভাৰতত। কিন্তু তাৰ মাজতে কোভিড ভেকচিন অভিযান অব্যাহত আছে। বৰ্তমানলৈ দেশত ২০০ কোটি কোভিড ভেকচিন প্ৰদান কৰা হৈছে। মুঠ ৫৪৬দিনত এই সংখ্যা পাৰ কৰিছে ভাৰতত। উল্লেখ্য যে, টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ পৰা ২৭৭ দিনত ১০০ কোটি ভেকচিন ভেকচিন দিয়া হৈছিল ভাৰতীয় নাগৰিকক। প্ৰথম দুই পালি […]