Posted inদেশ-বিদেশ

নতুন বছৰৰ প্ৰথম দিনাই বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু

নিউজ ডেস্ক : নতুন বছৰৰ প্ৰথম দিনাই ভয়ংকৰ দুর্ঘটনা। নতুন বছৰৰ প্ৰথম দিনাই বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু। মাৰ আশীৰ্বাদ লবলৈ অগণন ভক্তই ভিৰ কৰিছিল মন্দিৰত। নতুন বছৰৰ প্ৰথম দিনাই এক ভয়ংকৰ দুৰ্ঘটনাত ১২ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। এই ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছেজম্মু-কাশ্মীৰৰ বিখ্যাত বৈষ্ণোদেৱী মন্দিৰত। নৱবৰ্ষৰ প্ৰথম […]