নিউজ ডেস্কঃ গেৰুৱা ৰং কৰা হ’ব ‘বন্দে ভাৰত এক্সপ্ৰেছ’ক। দেওবাৰে কেন্দ্রীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা জানিবলৈ দিয়ে। বৰ্তমান দেশত ২৫ খন ‘বন্দে ভাৰত এক্সপ্ৰছ’ ৰে’ল বিভিন্ন পথত চলাচল কৰি আছে। আহিব লগীয়া পৰৱৰ্তি ২৮ সংখ্যক ‘বন্দে ভাৰত এক্সপ্ৰেছ’ খন চেন্নাইত মুকলি কৰা হ’ব। চেন্নাই বৰ্তমান নিৰ্মাণ হৈ থকা ২৮ সংখ্যক ‘বন্দে ভাৰত এক্সপ্লেছ’ […]